
আমি আশা কৰোঁ যে এই পৰিচয়ে আপোনাক সহায়ক পণ্যসমূহ কিমান গুৰুত্বপূৰ্ণ, আপুনি মানুহক কেনেকৈ সহায়ক পণ্য সেৱাসমূহলৈ প্ৰেৰণ কৰিব পাৰে, আৰু আপোনাৰ সম্প্ৰদায়ত সহায়ক সামগ্ৰী ব্যৱহাৰ কৰা লোকসকলক কেনেকৈ সমৰ্থন কৰিব পাৰে, সেই বিষয়ে বুজিবলৈ সহায় কৰিছে।
যদি আপুনি সহায়ক পণ্যসমূহ প্ৰদান কৰিবলৈ গৈ আছে তেন্তে আপুনি আপোনাৰ বাবে প্ৰাসংগিক পৰৱৰ্তী মডিউললৈ যাব পাৰে!
এই মডিউল সম্পূৰ্ণ কৰিবলে আৰু এটা প্ৰমাণপত্ৰ ডাউনল'ড কৰিবলে আপুনি মডিউলৰ পিছৰ কুইজ পাছ কৰিব লাগিব।
তলৰ বুটামটোত ক্লিক কৰি কুইজ লব।
Thank you to the following people and organizations who helped create this module:
Content developers:
Claire Ibell-Roberts, Kylie Shae, Giulia Oggero, Emma Tebbutt.
Reviewers:
Rana Abd El Al, Esra Al-wahsh, Amira Fleety, Diana Hiscock, Alice Inman, Yousef Jeaday, Joseph Rasi, Gonna Rota.
Film, photo, illustration and graphics:
Codi Ash, Association pour le Bien des Aveugles et malvoyants Centre d’ Information et de Réadaptation, Tarryn Barry, Chantal Bryan, Jonathan Bryan, Jane Burgess, Catherine Fitrez, Ainsley Hadden, Institution genevoise de maintien à domicile, Jayamma, Ritchard Ledgerd, Mobility India, North East London (NHS) Foundation Trust, Carmela Puopolo, Ridha Regter, South African Circle of Dance Academy, Carel du Toit Trust, Gonugunta Venkateswaramma, Western Cape Rehabilitation Centre, World Federation of Occupational Therapists.
Video participants:
Adam Ungstad, Babalo Polose, Devina, Jody Bell, Karen Reyes, Raja, Roberto Masironi, Saraswati.
Pilot partners:
Papua New Guinea: National Department of Health (NDOH) Health Facilities Standards Branch, National Capital District Community (NCDC) Health Services, Port Moresby General Hospital (PMGH) Eye Clinic, National Orthotics and Prosthetics Service (NOPS), Motivation Australia.
স্বাৰ্থৰ সংঘাতৰ ব্যৱস্থাপনা:
এই মডিউলৰ বিকাশৰ সৈতে জড়িত সকলো অৱদানকাৰীয়ে স্বাৰ্থৰ ঘোষণা প্ৰ-পত্ৰ পূৰণ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই এই ঘোষণাসমূহৰ মূল্যায়ন কৰিছিল আৰু ইয়াৰ নীতি অনুসৰি যিকোনো সম্ভাৱ্য স্বাৰ্থৰ সংঘাত পৰিচালনা কৰিছিল। য’ত সংঘাত চিনাক্ত কৰা হৈছিল, তাত প্ৰক্ৰিয়াটোৰ অখণ্ডতা আৰু স্বাধীনতা নিশ্চিত কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।