সুস্থ চকু কেনেকুৱা হয়?
চকুৰ স্বাস্থ্য পৰীক্ষা কৰক
চকুৰ স্বাস্থ্যজনিত সমস্যাই ব্যক্তিৰ দৃষ্টিশক্তিত প্ৰভাৱ পেলাব পাৰে।
অৱশ্যে চকুৰ বহু স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসা কৰি ব্যক্তিজনৰ দৃষ্টিশক্তি উন্নত বা সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ কৰিব পাৰি।
এজন ব্যক্তিৰ বাবে দৃষ্টিশক্তি সহায়ক সামগ্ৰী যোগান ধৰাৰ আগতে সদায় চকুৰ স্বাস্থ্যৰ কোনো সমস্যা আছে নেকি পৰীক্ষা কৰক ।
প্ৰশ্ন
এজন ব্যক্তিৰ চকুৰ স্বাস্থ্যজনিত সমস্যাৰ কিছুমান লক্ষণ কি কি?
- Redness
- Swelling
- Lumps, bumps or growths on or near the eye
- স্ৰাৱ ওলোৱা
- Dry, gritty or itchy eyes
- Headaches
চকুৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ
Instruction
চকুৰ স্বাস্থ্যজনিত সমস্যাৰ সাধাৰণ দৃশ্যমান লক্ষণসমূহৰ তালিকাখন পঢ়ক, আৰু সংশ্লিষ্ট ছবিসমূহ চাওক।
- Centre of the person’s eye is white or cloudy
এয়া কেটেৰেক্টৰ সম্ভাৱ্য লক্ষণ। বয়সস্থ লোকৰ ক্ষেত্ৰত চকুৰ ছানি পৰা ৰোগ বেছিকৈ দেখা যায় যদিও কম বয়সীয়া লোকৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। চকুৰ ছানি পৰাৰ ফলত ব্যক্তিৰ দৃষ্টিশক্তি বহু পৰিমাণে হ্ৰাস পায়।
Cataracts can be treated. Referral to an eye health care professional is essential.
- চকুৰ ওপৰত বা চাৰিওফালে যিকোনো ঠাইত ৰঙা পৰা বা ফুলা
- চকুৰ ওপৰত বা চাৰিওফালে যিকোনো ঠাইত বৃদ্ধি পোৱা টেমুনা
- চকু বা চকুৰ পতাৰ পৰা স্ৰাৱ ওলোৱা
- যিবোৰ চকুৰ পতা অতি তললৈ যোৱা

- এটা চকু, বা দুয়োটা চকু ভিতৰলৈ বা বাহিৰলৈ ঘূৰি কেৰাহিকৈ চাই থকা (কেৰাহি)

- চকুৰ সঘনাই অনিয়ন্ত্ৰিত বা জোকাৰণিৰ দৰে গতি
- পোহৰৰ প্ৰতিক্ৰিয়াত পুতলিৰ (চকুৰ ক’লা কেন্দ্ৰ) আকাৰ সলনি নহয়, আকাৰ বেলেগ বেলেগ বা ঘূৰণীয়া নহয়।
Instruction
এটা সুস্থ চকুৱে পোহৰৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া কৰে চাবলৈ এই ভিডিঅ'টো চাওক।
Warning
লগতে ওপৰৰ শাৰীৰিক লক্ষণসমূহ, দৃষ্টিশক্তি হেৰুৱা বা কেইঘণ্টামানৰ অধিক সময় ধৰি অতিকৈ মূৰৰ বিষ, গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সংকেত দিব পাৰে। পোনপটীয়াকৈ চিকিৎসকৰ ওচৰলৈ যাব লাগে।
ডায়েবেটিছ আৰু চকুৰ স্বাস্থ্য
ডায়েবেটিছ ৰোগত দৃষ্টিশক্তি হেৰুৱাব পাৰে। অৱশ্যে সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰি চিকিৎসাৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়।
এই কাৰণে এজন ব্যক্তিৰ ডায়েবেটিছ আছে নেকি বুলি সোধাটো জৰুৰী।
ডায়েবেটিছ ৰোগ থকা যিকোনো ব্যক্তিয়ে:
- তেওঁলোকৰ চিকিৎসক বা ডায়েবেটিছ সেৱাৰ সৈতে এটা পৰিচালনা পৰিকল্পনা স্থাপন কৰক।
- চকুৰ স্বাস্থ্য বৃত্তিধাৰীয়ে তেওঁলোকৰ দৃষ্টিশক্তিৰ নিয়মীয়াকৈ পৰ্যালোচনা কৰক।
আলোচনা
সহকৰ্মীসকলৰ সৈতে আলোচনা কৰক:
- ডায়েবেটিছ ৰোগীয়ে আপোনাৰ অঞ্চলত ক’ত চিকিৎসাৰ বাবে যায়?
- আপুনি মানুহক এই সেৱাসমূহলৈ কেনেকৈ ৰেফাৰ কৰে?
Instruction
Learn more about eye health and how to manage eye health problems in the TAP Primary eye care course.









